মোদী-শ্বাহৰ ফটোত চিঞাহী পেলাই প্ৰতিবাদ কৰা দৃশ্যটো পুৰণি আৰু অন্য প্ৰসংগৰ।
শেহতীয়াকৈ অসমৰ এটা ডিজিটেল সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা ভিডিঅ’ৰ জৰিয়তে শেহতীয়াকৈ দেশত ইউজিচিৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদৰ বাতৰি সম্প্ৰচাৰ কৰা হৈছে। আপলোড কৰা ভিডিঅ’টোত প্ৰতিবাদৰ কেইবাটাও দৃশ্য দেখুওৱা হৈছে। তাৰে এটা দৃশ্যত আমি দেখোঁ যে কেইগৰাকীমান ব্যক্তিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো সম্বলিত এখন বেনাৰত দুয়োগৰাকী নেতাৰ ফটোতেই ক’লা চিঞাহী […]
Continue Reading
