লক্ষদ্বীপত অৱতৰণ কৰা প্ৰথম বিমানৰ দৃশ্য নহয় এয়া।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্যদ্বীপ ভ্ৰমণ কৰিছিল। ইয়াৰ পিছতে তেওঁ টুইটাৰত এই সম্পৰ্কে ফটো আৰু এখন টোকা শ্বেয়াৰ কৰি পৰ্যটনৰ প্ৰচাৰৰ আহ্বান জনায়। তাৰ পিছত কেইবাজনো চ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে দ্বীপসমূহক মালদ্বীপৰ সৈতে তুলনা কৰি সঁহাৰি জনায়। মালদ্বীপৰ যুৱ মন্ত্ৰালয়ৰ তিনিজন উপমন্ত্ৰীয়ে ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অৱমাননামূলক মন্তব্য কৰাৰ লগে লগে এয়া কূটনৈতিক বিবাদত পৰিণত […]

Continue Reading