বিহাৰৰ পুৰ্ণিয়াত এমাহ পূৰ্বে সংঘটিত হোৱা আত্মহত্যাৰ ঘটনাৰ ভিডিঅ’ বাংলাদেশৰ মৈমনসিং-গিৰিপুৰত হিন্দু মহিলাক ধৰ্ষণ আৰু শিশু হত্যা বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই ভিডিঅ’টো বাংলাদেশৰ মৈমনসিং-গিৰিপুৰৰ বুলি দাবী কৰিছে। কোৱা হৈছে যে এটা হিন্দু পৰিয়ালৰ তিনিটি শিশু আৰু দুগৰাকী মহিলাক ধৰ্ষণ আৰু হত্যা কৰা হৈছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এইদৰে লিখিছে- এয়া আজিৰ বাংলাদেশৰ মৈমনসিং-গিৰিপুৰৰ কাণ্ড য’ত স্থানীয় ধৰ্মান্দ্ব জেহাদীৰ একাংশ লোকে হিন্দুৰ ঘৰলৈ গৈ নিষ্ঠুৰ ভাৱে আক্ৰমণ […]

Continue Reading

ম্যানমাৰৰ পুৰণি ফটো মণিপুৰৰ বুলি ‘আমাৰ অসম’ কাকতত প্ৰকাশ। চ’ছিয়েল মিডিয়াত ভাইৰেল বাতৰি।

অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰিস্থিতি বৰ্তমানো উত্তপ্ত আৰু অশান্ত। মূলতঃ জনজাতিকৰণক কেন্দ্ৰ কৰি প্ৰায় ডেৰ মাহ আগতেই আৰম্ভ হোৱা গোষ্ঠীসংঘৰ্ষৰ অৱসান এতিয়াও ঘটা নাই। নিতৌ নতুন হিংসাত্মক ঘটনাৰ খবৰ লাভ কৰি থকা হৈছে। কুকী আৰু মেইটেই জনগোষ্ঠীৰ মাজৰ এই সংঘৰ্ষই কেতিয়া এক সমাধানৰ পথ দেখিব, সেই কথা এই মুহুৰ্ততে ক’ব পৰা হোৱা নাই। তেনে এক […]

Continue Reading