জৰ্জিয়াৰ সংসদৰ পুৰণি ঘটনা ইজৰাইলৰ সংসদৰ শেহতীয়া ঘটনা বুলি ভাইৰেল।
শেহতীয়াকৈ কোনো সংসদত ভাষণৰত অৱস্থাত এগৰাকী ব্যক্তিক আন এগৰাকী ব্যক্তিয়ে শাৰিৰীক আক্ৰমণ কৰাৰ এক ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ইজৰাইলৰ সংসদ “নেছেট”ত (Knesset) হোৱা মাৰপিটৰ দৃশ্য। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল […]
Continue Reading
