মিছা খবৰ এয়া। ইংলেণ্ডৰ ছাউথপোৰ্টত শৰণাৰ্থী জিহাদী মুছলমানে দুটি ইংৰাজ খৃষ্টীয়ান শিশুক চোকা অস্ত্ৰৰে কাটি হত্যা কৰা নাই।
শেহতীয়াভাবে ইংলণ্ডত সংঘটিত হোৱা এটা হত্যাৰ ঘটনাক লৈ সমগ্ৰ বিশ্বতেই বিভিন্ন সঁচা-মিছা বাতৰি বিয়পি পৰিছে। আনকি সেই ঘটনাটোৰ সৈতে সাম্প্ৰদায়িক দিশ এটা জৰিত কৰিও বিভিন্ন বাৰ্তা প্ৰচাৰ হৈছে। আনকি অসমতো এটা বাৰ্তা বিয়পি পৰিছে যে ইংলণ্ডৰ চাউথপোৰ্টত শৰনাৰ্থী মুছলমানে দুটি শিশুক চোকা অস্ত্ৰেৰে কাটি হত্যা কৰিছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি সেই […]
Continue Reading