অসমৰ কাজিৰঙাৰ ভূ-প্ৰকৃতিলৈ উভতিছে এছিয়াটিক বনৰীয়া কুকুৰঃ এক আলোচনা
প্ৰস্তাৱনা ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (WII)ৰ বিজ্ঞানীসকলৰ এক নতুন গৱেষণা মতে, স্থানীয়ভাৱে নিঃশেষ হোৱা বুলি ধাৰণা কৰা এছিয়াটিক বনৰীয়া কুকুৰ (Cuon alpinus) বা ধোলে অসমৰ কাজিৰঙা-কাৰ্বি আংলং অঞ্চললৈ(Kaziranga-Karbi Anglong Landscape (KKAL) নিশ্চিতভাৱে উভতি আহিছে। জাৰ্নেল অৱ থ্ৰেটেড টেক্সাৰ(Journal of Threatened Taxa) শেহতীয়া সংখ্যাত প্ৰকাশিত এই তথ্যই ইংগিত দিয়ে যে সততে লুকাই থকা আৰু কম চমৎকাৰী এই […]
Continue Reading