পাকিস্তানৰ কৰাচীৰ দৃশ্যকে গুৱাহাটীৰ বানপানী বুলি মিছাকৈ প্ৰচাৰ। 

যোৱা ৩০ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া গুৱাহাটীৰ বানপানীৰ দৃশ্য বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এখন মটৰচাইকেলৰ পিছফালে এটি শিশু কোলাত লৈ বহি অহা এগৰাকী মহিলাই বানৰ পানীৰ মাজতে তলত পৰি যায়। সেই দৃশ্যটো গুৱাহাটীৰ বুলি টেক্সট ওভাৰলে’ কৰি দাবী কৰা হৈছে।    Facebook Link Archived Link  কিন্তু […]

Continue Reading

২৭মাৰ্চ,২০২৫ত চাদিকাবাদ লণ্ডা বাজাৰৰ অগ্নিকাণ্ডৰ দৃশ্যকে অপাৰেচন সিন্দূৰৰ পাছত ভাৰতে কৰাছীত চলোৱা আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ বিভিন্ন কেপচনেৰে আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ কৰাছী চহৰৰ ওপৰত আক্ৰমণ কৰাৰ ফলত হোৱা বিষ্ফোৰণৰ দৃশ্য। ভিডিঅ’টোত এগৰাকী নাৰীকণ্ঠই কৰাছীত বিষ্ফোৰণ হৈ থকা খবৰ জনাই থকা […]

Continue Reading

বিপৰ্যয় ঘূৰ্ণীবতাহত ৰাজস্থানত টিনৰ বিলবোৰ্ড খহি পৰি মানুহ দুটুকুৰা হৈছে নেকি? সত্যটো কি? 

গুজৰাটত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পাছত ঘূৰ্ণীবতাহ ‘বিপৰ্যয়ে’ ৰাজস্থানত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। ৰাজ্যখনৰ বহু জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট আৰু ওৰেঞ্জ এলাৰ্ট জাৰি কৰিছিল। এনে পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত ধুমুহাৰ মাজত চলন্ত বাহনৰ ওপৰত এখন টিনৰ শ্বেড উৰি আহি খুন্দা মৰা দেখা গৈছে। এই […]

Continue Reading