কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে কলকাতাৰ ধৰ্ষণৰ ঘটনাৰ অভিযুক্তক প্ৰতিনিধিত্ব কৰিছে নেকি? জানক সত্যতা।

কলকাতাৰ ধৰ্ষণৰ ঘটনাৰ পাছতে সমগ্ৰ দেশত প্ৰতিবাদৰ সৃষ্টি হৈছে। এই ঘটনাৰ অনুসন্ধানৰ দায়িত্ব চিবিআইক অৰ্পণ কৰা হৈছে। ইতিমধ্যে চিবিআয়ে ধৰ্ষণৰ ঘটনাৰ অভিযুক্ত সঞ্জয় ৰয়ৰ “লাই ডিটেকশ্বন টেষ্ট” সম্পন্ন কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে অভিযুক্তৰ পক্ষত […]

Continue Reading

ৰাম মন্দিৰ নিৰ্মান হ’লে কপিল চিবালে আত্মহত্যা কৰিব বুলি টুইট কৰিছিল নেকি সঁচাকৈ?

সম্প্ৰতি কপিল ছিবালৰ এটা টুইটৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ২০২০ চনৰ ২৯ জুলাইৰ এই টুইটটোত লিখা আছিল যে ৰাম মন্দিৰ নিৰ্মাণৰ কাম শেষ হোৱাৰ পূৰ্বেই কপিল ছিবালে আত্মহত্যা কৰিব। বৰ্তমান ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে কপিল ছিবালে এই কথা টুইট কৰিছিল আৰু এতিয়া তেওঁ যি প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ কৰিবলৈ তেওঁক সোঁৱৰাই দিয়াৰ সময় আহি […]

Continue Reading