কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা চৰাইৰ ভিডিঅ’ প্ৰকৃত চৰাই বুলি ভাইৰেল।
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ (৯০৪৯০৫৩৭৭০) দুটা বিশেষ ধৰণৰ চৰাইৰ এটা ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত থকা চৰাই দুটাৰ মূৰত টুপী সদৃশ গঠন এটা আছিল আৰু চৰাই দুটাৰ গা আৰু পাখিত অলংকাৰৰ নিচিনা কিছুমান বস্তু আছিল। ভিডিঅ’টো আমালৈ প্ৰেৰণ কৰি ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল এই চৰাইৰ নাম। Archived Link. এই একেটা ভিডিঅ’ ফেচবুকতো আমি পালোঁ। ভিডিঅ’টো শ্বেয়াৰ […]
Continue Reading