সঁচাকৈয়ে শেহতীয়াকৈ অযোধ্যাত জটায়ু পক্ষী দেখা গৈছে নেকি?
অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ অহা ২২ জানুৱাৰীত নিৰ্ধাৰণ কৰা হৈছে যদিও এসপ্তাহৰ আগৰেপৰা বিভিন্ন অনুষ্ঠান আৰম্ভ হ’ব। চ’চিয়েল মেডিয়াত এই অনুষ্ঠানৰ সৈতে জড়িত বহু পোষ্ট ভৰি পৰিছে। তেনে এটা পোষ্টত ৰাস্তাৰ দাঁতিত শগুনৰ জাক দেখা গৈছে। জটায়ু বা শগুনক, ৰামায়ণ যুগৰ দেৱতা বুলি ধৰা হয়। এই চৰাইৰ জাকৰ ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰি […]
Continue Reading