আইছিছৰ শিবিৰৰ পৰা ছিৰিয়াৰ ৱাইপিজেয়ে কৰা উদ্ধাৰ অভিযান আমেৰিকাৰ সৈন্যবাহিনীৰ অভিযান বুলি ভাইৰেল।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে কোনো এক শিবিৰত কেইগৰাকীমান মহিলাক শিকলিৰে বান্ধি থোৱা হৈছে আৰু সৈন্যবাহিনীৰ লোকে তেওঁলোকক উদ্ধাৰ কৰিছে। ভিডিঅ’টোত মহিলা আৰু পুৰুষ সৈন্যক দেখা গৈছে। দাবী কৰা হৈছে যে আইচিচ (ISIS)ৰ শিবিৰত এইদৰে ৩৮ গৰাকী ছোৱালীক যৌনদাসী হিচাপে বন্দী কৰি ৰখা হৈছিল আৰু আমেৰিকাৰ সৈন্যবাহিনীয়ে তেওঁলোকক উদ্ধাৰ কৰে। […]
Continue Reading