পেৰিছৰ অপ্ৰাসংগিক ভিডিঅ’ ইৰাণৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ কেইগৰাকীমান মহিলাই নিজৰ বোৰ্খা খুলি দলিয়াই পেলোৱাৰ এক ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এইসকল ইৰাণৰ মহিলা আৰু তেওঁলোকে এইদৰে বোৰ্খা আৰু হিজাব দলিয়াই পেলাইছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ […]

Continue Reading