২০২৫ৰ জুনত ইজৰাইলৰ আকাশত ইৰাণৰ ড্ৰোণ ধ্বংস কৰা পুৰণি দৃশ্যকে শেহতীয়া যুদ্ধৰ সময়ৰ বুলি বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ বায়ুসেনাই শেহতীয়া যুদ্ধত ইৰাণৰ যুঁজাৰু বিমান ধ্বংস কৰা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-   ইজৰাইলৰ আকাশত ইৰাণৰ ধ্বংসলীলা! আকাশতে চাৰখাৰ হ’ল শত্ৰুৰ যুঁজাৰু বিমান। ইজৰাইলী বায়ুসেনাৰ (IAF) হাতত ধৰাশায়ী ইৰাণ। নিজৰ আকাশী সীমা সুৰক্ষিত ৰাখিবলৈ ইজৰাইলে দেখুৱালে এক ভয়ংকৰ ৰূপ। ইজৰাইলৰ এই শ্ৰেষ্ঠত্বৰ ওপৰত […]

Continue Reading

ইৰাণে ২০২৫ৰ জুনত ইজৰাইলৰ তেল আভিভত চলোৱা আক্ৰমণৰ পুৰণি দৃশ্য়কে ইৰাণৰ ওপৰত ইজৰাইলে শেহতীয়াকৈ কৰা মিছাইল আক্ৰমণ  বুলি প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলে ইৰাণৰ ওপৰত মিছাইলেৰে কৰা শেহতীয়া ভয়ংকৰ আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। লিখিছে-  ইৰাণৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। মধ্য-প্ৰাচ্যত তীব্ৰ উত্তেজনা। এই যুদ্ধই ল’ব নেকি ভয়ংকৰ ৰূপ? অধিক খবৰৰ বাবে চকু ৰাখক। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ […]

Continue Reading

লেবাননৰ পুৰণি ভিডিঅ’ ডুবাইত মহিলাৰ লাইভ ষ্ট্ৰিমিঙৰ সময়ত ইৰাণৰ মিছাইল আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এগৰাকী মহিলাই লাইভ ষ্ট্ৰিমিং কৰি আছে। হঠাৎ এটা শব্দ শুনা যায় আৰু মহিলাগৰাকী থিয় হয়। তাৰপাছতে এটা বিস্ফোৰণ হয় আৰু লাইভ ষ্ট্ৰিমিংটো বন্ধ হৈ পৰে। দাবী কৰা হৈছে এই ভিডিঅ’টো ডুবাইৰ য’ত শেহতীয়াকৈ এইদৰে ইৰাণে মিছাইল আক্ৰমণ কৰে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে যে […]

Continue Reading

ইজৰাইল আৰক্ষীয়ে ৰাজহুৱা স্থানৰপৰা চিচিটিভি কেমেৰা আঁতৰোৱাৰ এই ভিডিঅ’টো পুৰণি।

শেহতীয়াকৈ ইজৰাইলৰ আৰক্ষীয়ে ৰাস্তাৰ খুঁটা আৰু অট্টালিকাৰ পৰা চিচিটিভি কেমেৰা আঁতৰোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে মিছাইল আক্ৰমণৰ ক্ষয়ক্ষতিৰ খবৰ ইৰাণে নোপোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ইজৰাইলে।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

আলজেৰিয়াৰ ফুটবল সমৰ্থকৰ আনন্দ আৰু আতচবাজিকে ইৰাণৰ ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণ  বুলি প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণে শ শ মিছাইলেৰে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। লিখিছে- ইৰাণৰ ভয়ংকৰ মিছাইল আক্ৰমণ! ইজৰাইলত হাহাকাৰ! (প্ৰকৃত ফুটেজ) অৱশেষত ইৰাণে ল’লে প্ৰতিশোধ! ইজৰাইলৰ বুকুত কঁপনি তুলি শ শ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ইৰাণৰ সেনাই। ইজৰাইলৰ আকাশমাৰ্গত এতিয়া কেৱল মিছাইলৰ পোহৰ। আইৰন ডোম […]

Continue Reading

ৱাৰ থাণ্ডাৰ নামৰ এটা অনলাইন গেমৰ ক্লিপ এটাকে ইৰাণৰ যুদ্ধ বিমানৰ আক্ৰমণ বুলি প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণৰ এখন যুদ্ধ বিমান। দৃশ্যটোত দেখা যায় যে এখন ফাইটাৰ যুদ্ধবিমানে অহৰহ মিছাইল নিক্ষেপ কৰিছে আৰু তলত থকা সেনা বাহিনীৰ এটা কনভয়ৰ ওপৰত আক্ৰমণ কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা […]

Continue Reading

পেলেষ্টাইনৰ গাজাৰ পুৰণি ভিডিঅ’কে ইৰাণ-ইজৰাইলৰ শেহতীয়া যুদ্ধৰ সময়ৰ বুলি মিছাকৈ দাবী।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণ-ইজৰাইলৰ যুদ্ধৰ বলি হোৱা কোনো শিশুৰ ক্ৰন্দনৰত ৰূপ বুলি দাবী কৰা হৈছে। লিখিছে-  এজন শিশুৰ কান্দোন আৰু এটা অনুৰোধ: “প্লিজ যুদ্ধ বন্ধ কৰক!” ইৰাণ আৰু ইজৰাইলৰ এই ভয়ংকৰ যুদ্ধৰ মাজত নিষ্পাপ শিশুসকলৰ অৱস্থা দেখিলে আপোনাৰো চকু সেমেকি উঠিব। যুদ্ধই কেৱল ধ্বংস আৰু মৃত্যুহে কঢ়িয়াই আনে। […]

Continue Reading

AI Generated ভিডিঅ’কে ইজৰাইলৰ সাধাৰণ নাগৰিকৰ ওপৰত ইৰাণৰ আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ সাধাৰণ নাগৰিকৰ ওপৰত ইৰাণৰ আক্ৰমণ বুলি দাবী কৰা হৈছে। লিখিছে- ইৰাণৰ আক্ৰমণত দিশহাৰা হৈছে ইজৰাইলৰ নাগৰিকসকল। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ প্ৰথম […]

Continue Reading

Arma 3 নামৰ চিমুলেছন গেমৰ দৃশ্যকে ইজৰাইলৰ তেল অভিভত ইৰাণৰ আক্ৰমণ বুলি মিছাকৈ দাবী। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ তেল অভিভৰ ওপৰত ইৰাণৰ মিছাইল আক্ৰমণ বুলি দাবী কৰা হৈছে। লিখিছে- বৃহত ক্ষতিৰ সন্মুখীন ইজৰাইল–সেনাৰ চকুতও পানী।  হতাশগ্ৰস্ত PM ন্যেত্যানুহু–ইৰাণৰ বধ লিষ্টত ন্যেত্যানুহু।       প্ৰাণৰ ভয়ত ৰোগীয়া দেহাৰে বাংকাৰত আশ্ৰয়। The Cradle মেডিয়াৰ মতে ইজৰাইলৰ তেল আভিভৰ পৌৰ নিগমে প্ৰথম দুদিনত চহৰখনৰ […]

Continue Reading

চিমুলেছন গেমৰ দৃশ্য আৰু AI Generated ভিডিঅ’ৰে ইৰাণৰ ভয়ংকৰ আক্ৰমণ বুলি মিছাকৈ দাবী। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ ওপৰত ইৰাণৰ মিছাইলেৰে কৰা ভয়ংকৰ আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। একেলগে দুটাকৈ ভিডিঅ’ ক্লিপ সংলগ্ন কৰি আপলোড কৰি লিখিছে- ইৰাণৰ ভয়ংকৰ আক্ৰমণ! ইজৰাইলৰ আকাশত মিছাইলৰ বৰ্ষণ! অৱশেষত ইৰাণে ল’লে প্ৰতিশোধ! শ শ মিছাইল নিক্ষেপ কৰি ইজৰাইলত হাহাকাৰ সৃষ্টি কৰিছে ইৰাণৰ সেনাই। এতিয়া কি […]

Continue Reading