হিজাব খুলি,খামেইনীৰ ফটো জ্বলাই কৰা এই প্ৰতিবাদ ইৰাণৰ নহয়, ফ্ৰান্সৰ একাংশ সমাজকৰ্মীৰ হে।
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে কেইগৰাকীমান যুৱতীয়ে হিজাব খুলি পেলাইছে। তাৰ পাছতে তেওঁলোকে ইৰাণৰ শাসক খামেইনীৰ ফটোত জুই জ্বলাই দিছে। এই ভিডিঅ’টোৰে দাবী কৰা হৈছে যে ইৰাণত এইদৰে বহুকেইগৰাকী যুৱতীয়ে খামেইনী তথা শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে, প্ৰতিবাদ কৰিছে। Facebook Link Archived Link কিন্তু […]
Continue Reading
