২০২৫ৰ জুনত ইজৰাইলৰ আকাশত ইৰাণৰ ড্ৰোণ ধ্বংস কৰা পুৰণি দৃশ্যকে শেহতীয়া যুদ্ধৰ সময়ৰ বুলি বিভ্ৰান্তিকৰ দাবী।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ বায়ুসেনাই শেহতীয়া যুদ্ধত ইৰাণৰ যুঁজাৰু বিমান ধ্বংস কৰা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে- ইজৰাইলৰ আকাশত ইৰাণৰ ধ্বংসলীলা! আকাশতে চাৰখাৰ হ’ল শত্ৰুৰ যুঁজাৰু বিমান। ইজৰাইলী বায়ুসেনাৰ (IAF) হাতত ধৰাশায়ী ইৰাণ। নিজৰ আকাশী সীমা সুৰক্ষিত ৰাখিবলৈ ইজৰাইলে দেখুৱালে এক ভয়ংকৰ ৰূপ। ইজৰাইলৰ এই শ্ৰেষ্ঠত্বৰ ওপৰত […]
Continue Reading
