কৃত্ৰিম বুদ্ধিমত্তাক লৈ অসম চৰকাৰ আৰু গুগলৰ মাজত হোৱা বুজাবুজিৰ চুক্তিখন কি, চমুকৈ জানো আহক।

প্ৰস্তাৱনা অসম চৰকাৰ আৰু গুগলৰ মাজত হোৱা বুজাবুজিৰ চুক্তিখন হৈছে কৃত্ৰিম বুদ্ধিমত্তা কেন্দ্ৰ (AI-CoE) স্থাপন আৰু ৰাজ্যৰ উন্নত শাসন, জনসেৱা প্ৰদান, আৰু ডিজিটেল দক্ষতা বিকাশৰ বাবে AIৰ লাভ উঠাবলৈ এক ল্যাণ্ডমাৰ্ক অংশীদাৰিত্ব। এই সম্পৰ্কত আমাৰ এক চমু অৱলোকন।  মূল উদ্দেশ্য আৰু বিধানসমূহঃ ৰাজ্যৰ আই টি বিভাগ আৰু গুগল ক্লাউডৰ মাজত ২০২৫ চনৰ ১২ নৱেম্বৰত আনুষ্ঠানিকভাৱে […]

Continue Reading

AI Generated বা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট ভিডিঅ’ৰে কেলিফৰ্ণিয়াৰ বনজুইৰ সংহাৰ দেখুওৱা হৈছে। সবিস্তাৰ আলোচনা। 

প্ৰস্তাৱনা শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লজ এঞ্জেলছ,কেলিফৰ্ণিয়াত সৃষ্টি হোৱা বনজুইৰ তাণ্ডৱৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ বিযপি পৰিছে। অসমৰ ফেচবুক, হোৱাটছেপ আদিতো তেনেকুৱা বিভিন্ন ফটো আৰু ভিডিঅ’ দেখিবলৈ পোৱা গৈছে। আজিৰ এই আলোচনাত আমি তেনেকুৱা এটা ভিডিঅ’ৰ কথা জনাব বিচাৰিছোঁ, যিটো কেলিফৰ্ণিয়াৰ বনজুইৰ প্ৰকৃত ভিডিঅ’ নহয়। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অসমৰ […]

Continue Reading