মমতা বেনাৰ্জীৰ ভৰিত প্লাষ্টাৰ লগোৱা অৱস্থাৰ ফটোখন শেহতীয়া দুৰ্ঘটনাৰ নহয়।

শেহতীয়াকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নিজ বাসগৃহত এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। খবৰ অনুসৰি দক্ষিণ কলকাতাৰ বেলিগঞ্জত অনুষ্ঠিত এক অনুষ্ঠানৰপৰা উভতি অহাৰ পিছত ৬৯ বছৰীয়া ৰাজনীতিবিদগৰাকীয়ে নিজ বাসগৃহত পিছলি পৰি ঘৰৰ আচবাবত খুন্দা মৰাৰ ফলত মূৰত আঘাত পায়। ইয়াৰ পিছতে চ’চিয়েল মিডিয়াত এই সম্পৰ্কে বাতৰি প্ৰকাশ হোৱাৰ লগতে বিভিন্ন ফটো ভাইৰেল হৈ পৰে। […]

Continue Reading

জেএনইউ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষৰ সোঁহাতত বেণ্ডেজ থকা ছবিখন ভুৱা!

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষ আৰু তেওঁৰ কিছু সহপাঠীৰ ওপৰত মুখমণ্ডল চিনিব নোৱাৰাকৈ কাপোৰ মেৰিয়াই অহা একাংশ লোকে হঠাৎ বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি আক্ৰমণ কৰে। এই ঘটনাত আইছি ঘোষ মূৰ আৰু হাতত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্তিৰ ঠিক পাছতেই তোলা তেওঁৰ কিছু ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।  এতিয়া ছচিয়েল মিডিয়াত […]

Continue Reading