এতিয়াৰ পৰা ভাৰতত ১২ বাজি ১ বজাৰ পৰিৱৰ্তে ১৩ বজাৰ বিষয়টো কি? জানো আহক।
পাতনি শেহতীয়াভাৱে অসমৰ সামাজিক মাধ্যমত এটা বিশেষ চৰ্চা চলা পৰিলক্ষিত হৈছে। সেয়া হৈছে ভাৰত চৰকাৰে অথবা প্ৰধানমন্ত্ৰী মোডীয়ে দেশত বিয়লি ১ বজাৰ সলনি ১৩ বজাব। বুজাব বিচৰা হৈছে যে এতিয়াৰ পৰা মোডী চৰকাৰৰ নতুন নীতি অনুসৰি আমাৰ দেশত সময় গণনাৰ নতুন ধৰণ প্ৰৱৰ্তন হ’ব আৰু সেই অনুসৰি এতিয়াৰ পৰা ১২ বজাৰ পাছত ১ বজাৰ সলনি […]
Continue Reading