২০২০চনৰ মালাবাৰ নৌসেনা অনুশীলনৰ দৃশ্যকে পাকিস্তানলৈ শেহতীয়াকৈ গতি কৰি INS Vikrant আৰু INS Suratৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমৰ সামাজিক মাধ্যমত সেই ঘটনাটোৰ লগত সংগতি ৰাখি বিভিন্ন ফটো, ভিডিঅ’ প্ৰচাৰ হৈ আছে। তাৰে কিছুমানৰ সত্যতা নিৰূপণ ইতিমধ্যেই আমি কৰিছোঁ। এই বিষয়টোৰ সৈতে সাঙোৰ খাই থকা আন এক ভিডিঅ’ এক ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। মাজ সাগৰত দুখন যুঁজাৰু জাহাজৰ কুছকাৱাজৰ দৃশ্য দেখা গৈছে। দাবী কৰা হৈছে […]

Continue Reading

পানীৰ তলত হনুমানৰ ছবি থকা কেশৰ পতাকা উৰুৱাই থকা ব্যক্তিজন ভাৰতীয় নৌসেনাৰ হয়নে?

হিন্দু ঈশ্বৰ হনুমানৰ ছবিৰে সজ্জিত কেশৰ পতাকা লৈ পানীৰ তলত সাঁতুৰি থকা স্কুবা ডাইভাৰৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে ৰাম মন্দিৰ অভিষেক উপলক্ষে ভাৰতীয় নৌসেনাৰ এয়া এক প্ৰচেষ্টা। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে এইদৰে,”By Indian Navy…. Under water..Jay shree Ram”। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ […]

Continue Reading