২০২৩ চনত ভাৰতীয় ক্ৰিকেট দলে ষ্টেডিয়ামৰ পৰা হোটেললৈ ওভটাৰ পথত বাছত হোলী খেলা দৃশ্য এইবছৰৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ভাৰতীয় ক্ৰিকেট দলে এইবছৰৰ শেহতীয়া হোলীত আনন্দ কৰাৰ দৃশ্য। লিখিছেঃ- টীম ইণ্ডিয়াৰ হোলী চেলিব্ৰেছন। এইবছৰ লগে ভাগে হোলী খেলিলে আটায়ে। Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

আমেৰিকাৰ পৰা বিতাড়িত অন্য দেশৰ নাগৰিকৰ ফটোকে ভাৰতীয় নাগৰিকৰ ফটো বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে যোৱা ৪ ফেব্ৰুৱাৰী ২০২৫ত আমেৰিকাৰ পৰা ১০৪গৰাকী ভাৰতীয় লোকক বিতাড়ন কৰা হৈছিল। তাৰে পৰিপ্ৰেক্ষিতত কিছুমান ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি কৰিছে। দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বিতাড়িত ভাৰতীয়সকলৰ। ইতিমধ্যে তেনেকুৱা একাধিক ফটো আৰু ভিডিঅ”ৰ সত্যতা নিৰূপণ আমি কৰিছো।  যোৱা ৬ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজত দুখন ফটো আপলোড কৰি […]

Continue Reading

আপোনাৰ আধাৰ কাৰ্ডখনে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ হিচাপে কাম কৰেনে?

শেহতীয়াভাবে অসমৰ অসমত বিভিন্ন লোকৰ মাজত এটা বাৰ্তা বিয়পি কৰিছে যে এতিয়াৰে পৰা আধাৰ কাৰ্ডখন আৰু কোনো কামত নাহে। ইতিমধ্যেই কাৰ্ডখনৰ প্ৰামাণিক কুশলতা শেষ হৈছে। ই কোনো প্ৰমাণপত্ৰ হিচাপে বিবেচিত নহয় বুলি ব্যাপকভাৱে চৰ্চা আৰম্ভ হৈছে।  এই চৰ্চাৰ আঁৰত আছে দেশৰ উচ্চতম ন্যায়ালয়ৰ এটা শেহতীয়া ৰায়দান। ন্যায়াধিক সঞ্জয় কেৰল আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে ৰায় প্ৰদান […]

Continue Reading