ভাৰতত ভডাফোনৰ সেৱা বন্ধ হব নেকি?
ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ভাৰতত টেলিকম অপাৰেটৰ ভডাফোনৰ সেৱা বন্ধ হবলৈ গৈ আছে বুলি এক বাতৰি হোৱাটচ এপ্প আৰু ফেচবুকত ভাইৰেল হৈ পৰিছে । অসমতো শেহতীয়াকৈ হোৱাটচ এপ্প আৰু তাৰ আগতে ফেচবুকত এই কথা ব্যাপক ভাৱে প্ৰচাৰ হৈছে । অসমত বোধকৰোঁ পোনপ্ৰথমে অসমীয়াত বাবাটো বৰা নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা ১৫ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে […]
Continue Reading