ভূপালৰ তৃতীয় আৰু চতুৰ্থ বেগম নবাব বেগম ছাহ-জাহান আৰু বেগম চুলতান জাহানৰ ফটোকে বাদশ্বাহ ছাহজাহানৰ পত্নী মমতাজৰ ফটো বুলি ভাইৰেল কৰা হৈছে।

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে দুখনকৈ ফটো একেলগে আপলোড কৰি সেয়া মোগল বাদশ্বাহ ছাহজাহানৰ পত্নী মমতাজ বুলি দাবী কৰিছিল। পোষ্টবোৰত দুখন ভিন্ন ফটো দেখা গৈছে। ভিন ভিন কেপছনেৰে ব্যৱহাৰকাৰীসকলে সেয়া মমতাজ, যাৰ স্মৃতিত ছাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল, বুলি দাবী কৰা আমাৰ দৃষ্টিগোচৰ হৈছে।  Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link […]

Continue Reading

ৰিংগো চ্ছিউ নামৰ সাংবাদিকজনে ৭ জানুৱাৰীত সংগ্ৰহ কৰা ফটোখন ইলন মাস্কে নিজ কেমেৰাৰে সংগ্ৰহ কৰা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

অসমৰ ফেচবুকত শেহতীয়াকৈ এটা ফেচবুক পেজৰ এটা পোষ্টত এখন বিশেষ ফটো আপলোড কৰা হৈছে। জুইৰ লেলিহান শিখাই এটা ঘৰ ভস্মিভূত কৰা আৰু অগ্নি নিৰ্বাপক জোৱানে সেই জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি থকা দেখা গৈছে ফটোখনত। দাবী কৰা হৈছে যে সেই ফটোখন বিশ্বৰ এগৰাকী ধনাঢ্য ব্যক্তি ইলন মাস্কে নিজৰ কেমেৰাত সেই ফটোখন তুলিছে। কেপছনত লিখিছেঃ- পৃথিবীৰে […]

Continue Reading