এতিয়াৰ পৰা প্ৰাপ্তবয়স্কৰ আধাৰ কেৱল জিলা আয়ুক্তই হে দিব পাৰিবঃ এক আলোচনা।

পাতনি শেহতীয়াভাৱে অসম চৰকাৰে আধাৰ প্ৰদানৰ ক্ষেত্ৰত কিছু ব্যৱস্থা কটকটীয়া কৰি তুলিছে। অবৈধ অনুপ্ৰৱেশকাৰীয়ে ভাৰতীয় আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰাকৈয়ে এই ব্যৱস্থা কৰি তুলিছে। এতিয়া জিলা উপায়ুক্তসকলেহে প্ৰাপ্তবয়স্ক লোকক আধাৰ কাৰ্ড প্ৰদানৰ বাবে দায়বদ্ধ হ”ব। এই সিদ্ধান্তৰ লক্ষ্য হৈছে নিৰাপত্তা বৃদ্ধি আৰু ৰাজ্যৰ জনগাঁথনিগত স্থিতিক সুৰক্ষিত কৰা। এই বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত […]

Continue Reading

এই ভিডিঅ’টো ম্যানমাৰৰ পৰা অবৈধভাৱে মণিপুৰত প্ৰবেশ কৰা লোকৰ নহয়।

মেইটেই আৰু কুকিৰ মাজত চলি থকা জনগোষ্ঠীয় সংঘৰ্ষ‌ই এতিয়াও মণিপুৰত চাঞ্চল্যৰ সৃষ্টি কৰি আছে। মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অভিযোগ কৰে যে ম্যানমাৰৰ সংঘাতৰ ফলত ম্যানমাৰৰ পৰা বহু কুকি পাৰ হৈ মণিপুৰত প্ৰৱেশ কৰে। তেওঁ কয় যে ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে হাজাৰ হাজাৰ শৰণাৰ্থীয়ে ছিদ্ৰযুক্ত সীমান্ত পাৰ হৈ মণিপুৰলৈ পলায়ন […]

Continue Reading