International Criminal Court আৰু মহম্মদ ইউনুছৰ বিৰুদ্ধে হিন্দু গণহত্যাৰ অভিযোগ। এক আলোচনা
দেখা গৈছে যে শেহতীয়াভাবে অসমৰ ফেচবুক বাংলাদেশৰ অন্তঃৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত (ইণ্টাৰনেছনেল ক্ৰিমিনেল কোৰ্ট)ত গণহত্যাৰ অপৰাধত অভিযোগ দিয়া প্ৰসংগটো আলোচিত হৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে যে- #বাংলাদেশৰ_শাসক মহম্মদ ইউনুচৰ বিৰুদ্ধে #হিন্দু_গণহত্যাৰ_অভিযোগত International Criminal Court/ #ICC ত #গোচৰ_ৰুজু_হৈছে। কিন্ত দুৰ্ভাগ্যজনক কথা হৈছে ICC এ এজন #মুছলমান_অধিবক্তা কৰিম খানক পঠিয়াইছে মহম্মদ ইউনুচক […]
Continue Reading