ইৰাণৰ চেজিল ক্ষেপণাস্ত্ৰৰ ফটো ICBM ক্ষেপণাস্ত্ৰৰ বুলি ভাইৰেল।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰকেট উৎক্ষেপণৰ এখন ফটো ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া ইৰাণৰ শেহতীয়া ICBM Missile ৰ ফটো। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “#BreakingNews ইৰাণৰ ১০০০০ কিলোমিটাৰ দূৰত্ব লৈ যাব পৰা #ICBMৰ মিচাইলৰ পৰীক্ষা। উক্ত শক্তিশালী মিচাইলৰ পৰীক্ষণৰ পিছতে আমেৰিকাৰ ইৰাণ আক্ৰমণৰ পৰিকল্পনা বাতিল। আমেৰিকাৰ কেইবাখনো চহৰ উক্ত মিচাইলৰ পৰিসৰত।” Facebook […]
Continue Reading
