সঁচাকৈয়ে হৈ যোৱা পৰীক্ষা চাই মেট্ৰিকৰ ৰিজাল্ট দিব নেকি ছেবাই?

অতি শেহতীয়া ভাবে অসমৰ চ’ছিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈ পৰিছে য’ত লিখা আছে যে হৈ যোৱা পৰীক্ষা চাই ৰিজাল্ট দিব ছেবাই। মেট্ৰিক পৰীক্ষাৰ্থীলৈ ভাল খবৰ বুলি লিখি এই ফটোখন বিশেষকৈ শ্বেয়াৰচেটৰ দৰে চ’ছিয়েল মিডিয়াত ভাইৰেল কৰা হৈছে।  Archived link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই ইয়াৰ সত্যতা নিৰূপনৰ সিদ্ধান্ত গ্ৰহন কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে […]

Continue Reading

সঁচাকৈয়ে ছেবাই সকলো পৰীক্ষা বাতিল কৰিছে নেকি?

শেহতীয়াকৈ অসমৰ ছ’চিয়েল মিডিয়া বিশেষকৈ ফেচবুক, শ্বেয়াৰচেট আদিত কিছুমান তথ্য ভাইৰেল কৰা হৈছে যে ছেবাৰ দ্বাৰা নিয়ন্ত্ৰিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আটাইকেইখন প্ৰশ্নকাকত ফাদিল হৈছে আৰু সকলো পৰীক্ষা বাতিল কৰা হৈছে। লগতে সকলো ছাত্ৰ-ছাত্ৰীকে পাছ কৰাই দিয়া হব বুলিও খবৰ বিয়পাই দিয়া হৈছে।  Archived Link  কেৱল ইমানেই নহয় ১৮ মাৰ্চ ২০২৩ শনিবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোলৰ […]

Continue Reading

২০২৩ বৰ্ষৰ ভূগোল বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই।

২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ ঘটনাই সমগ্ৰ অসমতে তোলপাৰ লগোৱাৰ সময়তে শেহতীয়াকৈ ভূগোল বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলিও চ’চিয়েল মেডিয়াত বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ভূগোল বিষয়ৰ প্ৰশ্নকাকতৰ প্ৰথম পৃষ্ঠাৰ এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে।  Facebook Link | Archived Link Facebook Link | Archived Link Facebook Link | Archived […]

Continue Reading