বাংলাদেশত একাংশ যৌনকৰ্মীক ৰাজহুৱা স্থানত প্ৰহাৰ কৰা এটা ভিডিঅ’কে বোৰ্খা নিপিন্ধা কাৰণে হিন্দু মহিলাক আক্ৰমণ কৰা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে।
শেহতীয়াভাবে অসমত এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া বাংলাদেশত হিন্দু মহিলাক মুছলমান মহিলাৰ দৰে বোৰ্খা নিপিন্ধাৰ বাবে ৰাজপথত নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। ভিডিঅ’টো দেখা গৈছে যে এজন মাস্ক পৰিহিত যুৱকে হাতত এডাল সেউজীয়া লাঠি এডাল লৈ কেইগৰাকীমান যুৱতী-মহিলাক এক ব্যস্ত বজাৰ অঞ্চলত খেদি খেদি প্ৰহাৰ কৰিছে আৰু সেই প্ৰহৃত যুৱতীসকলে […]
Continue Reading