খিলঞ্জীয়া অসমীয়াক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানঃ প্ৰতিক্ৰিয়া,প্ৰতিবাদ ইত্যাদি

প্ৰস্তাৱনা  যোৱা ২৮ মে, ২০২৫ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসমৰ খিলঞ্জীয়া মানুহক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব। শেহতীয়াকৈ অসমক সন্দেহযুক্ত নাগৰিক অধ্যুসিত অঞ্চলত সেই সকল লোকৰ হাতত মাৰনাস্ত্ৰ থকাৰ কথাটো সৰৱ আলোচনা হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাই তাতপৰ্য বহন কৰিছে। তাৰ পাছতে তেখেতে ঘোষণা কৰে যে এই অনুজ্ঞাপত্ৰ লাভৰ বাবে […]

Continue Reading

বিহাৰৰ এজন অধিবক্তাক আৰক্ষীয়ে টানি নিয়া দৃশ্যকে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াভাৱে যোৱা ২০ জুলাই ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে আৰক্ষী-প্ৰশাসনৰ লোকে এগৰাকী ক’লা চ্যুট পৰিহিত লোকক বলপূৰ্বক টানি লৈ গৈছে। সেই দৃশ্যটো আপলোড কৰি সেয়া অসমৰ মুখ্যমন্ত্ৰী বুলি দাবী কৰিছে ব্যৱহাৰকাৰীজনে।    Facebook Link Archived Link […]

Continue Reading

বাংলাদেশৰ চিকেনছ্ নেক্ বিতৰ্ক? এক সংক্ষিপ্ত আলোচনা।

পাতনি সাম্প্ৰতিক সময়ত বাংলাদেশৰ চিকেনছ্ নেক বিতৰ্কই বিশ্বৰ দৃষ্টি আকৰ্শন কৰিছে। এই বিতৰ্কত আমাৰ ৰাজ্য অসম তথা উত্তৰ পূৰ্বাঞ্চলো সাঙোৰ খাইছে। এই বিতৰ্কৰ গভীৰলৈ সোমাই যাবৰ বাবে প্ৰথমে আমি চিকেনছ্ নেক বুলিলে প্ৰকৃততে কোনখিনি ভূখণ্ডক বুজোৱা হয় সেই কথা জানি ল’ব লাগিব। আমাৰ এই আলোচনাত পৰ্যাপ্ত সংক্ষিপ্ততাৰে এই বিষয়টো সামৰি ল’বলৈ যতন কৰা হৈছে।  চিকেনছ্ […]

Continue Reading

অসম চৰকাৰৰ এই কাৰ্যকালৰ অন্তিমখন বাজেটঃ কি কি ঘোষণা কৰিছে চৰকাৰে। 

পাতনি যোৱা ১০ মাৰ্চ ২০২৫.সোমবাৰে অসমৰ বিত্তমন্ত্রী অজন্তা নেওগে সদনত দাখিল কৰে অসম চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেট । আগন্তুক বৰ্ষৰ বাজেটখনত বহুকেইটা উল্লেখযোগ্য ঘোষণা কৰা হৈছে । বাজেটখনক লৈ বিভিন্ন মহলত বিভিন্ন আলোচনা হোৱা পৰিলক্ষিত হৈছে। আমাৰ এই লেখাত আমি বাজেটখনৰ প্ৰধান ঘোষণাসমূহ সামৰি ল’বলৈ যতন কৰিছোঁ। আহকচোন চাওঁ কি কি আছে এই বাজেটত। […]

Continue Reading

উজনি অসমৰ ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী স্থাপনে কিদৰে লাভান্বিত কৰিব অঞ্চলটোক। ইয়াৰ আঁৰত বিজেপি চৰকাৰৰ আছে নেকি কোনো ৰাজনৈতিক অভিপ্ৰায়। 

পাতনি চলিত বৰ্ষৰ গণৰাজ্য দিৱসত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে পূব অসমৰ ডিব্ৰুগড় অসমৰ “দ্বিতীয় ৰাজধানী” হিচাপে গঢ়ি তোলা হ’ব। তেওঁ ডিব্ৰুগড়ত নগৰায়নৰ ক্ষেত্ৰত এক পদক্ষেপৰ কথাও ঘোষণা কৰে, য’ত ডিব্ৰুগড় চহৰখন আৰু গুৱাহাটীৰ মাজত যাতায়তৰ ক্ষেত্ৰত সময় কম কৰাৰ বাবে এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হ’ব। আমাৰ আজিৰ এই লেখাত এই পদক্ষেপৰ অন্য […]

Continue Reading