ছয় জনগোষ্ঠীৰ জনজাতিকৰণঃ এক আলোচনা।

পাতনি যোৱা ৬ ডিচেম্বৰ ২০২৫, শনিবাৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ, অন্তিম দিনৰ অন্তিমটো কাৰ্যসূচী হিচাপে সদনত দাখিল কৰা হয় বহুচৰ্চিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন । জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত দাখিল কৰে মন্ত্রীগোটৰ প্ৰতিবেদন । মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত ‘ৰিপোৰ্ট অফ দি কমিটী অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছ টু এগজামিন […]

Continue Reading

এনআৰচিৰ আবেদন আধাৰ লাভৰ পূৰ্বচৰ্তঃ এক সবিস্তাৰ আলোচনা

প্ৰস্তাৱনা সেয়া ১১ ডিচেম্বৰ ২০২৪ৰ কথা। অসম চৰকাৰে এক বিশেষ নীতি ঘোষণা কৰিলে। সেয়া হৈছে ৰাজ্যৰ সকলো নতুন আধাৰ আবেদনকাৰীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আবেদন ৰচিদ নম্বৰ (এ আৰ এন) জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা এই পদক্ষেপৰ লক্ষ্য হৈছে বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশক লৈ সৃষ্টি […]

Continue Reading