কৰাচীৰ ছকৰ অঞ্চলৰ পাচলি বজাৰত হোৱা অগ্নিকাণ্ডৰ দৃশ্য জাফৰ এক্সপ্ৰেছ অপহৰণৰ সময়ৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে পাকিস্তানৰ বেলুছ লিবাৰেছন আৰ্মীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰা ঘটনাটোৰ সৈতে সংগতি কৰি এটা ভিডিঅ’ আপলোড কৰিছে। ভিডিঅ’টোত এখন চলন্ত ৰেলৰ সমীপতে বিস্ফোৰণ ঘটা দেখা গৈছে আৰু এটা অঞ্চলৰ জুইৰ লেলিহান শিখাৰ মাজত আৱদ্ধ হৈ পৰা দেখা গৈছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে সেই দুয়োটা ভিডিঅ’ আপলোড কৰি সেয়া জাফৰ এক্সপ্ৰেছৰ […]

Continue Reading

২০২২ চনত বেলুছ লিবাৰেছন আৰ্মীয়ে বেলুছিস্তানৰ চিবিত আইইডি বিস্ফোৰণ ঘটাই ৰেল আক্ৰমণ কৰা দৃশ্যটোকে শেহতীয়া জাফৰ এক্সপ্ৰেছ অপহৰণৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে পাকিস্তানৰ বেলুছ লিবাৰেছন আৰ্মীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰা ঘটনাটোৰ সৈতে সংগতি কৰি এটা ভিডিঅ’ আপলোড কৰিছে। ভিডিঅ’টোত এখন চলন্ত ৰেলৰ সমীপতে বিস্ফোৰণ ঘটা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া জাফৰ এক্সপ্ৰেছ অপহৰণ সময়ত বেলুছ লিবাৰেছন আৰ্মীয়ে চলোৱা বিস্ফোৰণৰ দৃশ্য। প্ৰথম পোষ্টটো তলত দেখুওৱা হৈছে। Facebook Link Archived […]

Continue Reading

নেটফ্লিকছৰ ৱেব ছিৰিজ IC 814 সম্পৰ্কে বিভ্ৰান্তিকৰ তথ্য ভাইৰেল।

কান্দাহাৰৰ বিমান অপহৰণক লৈ নিৰ্মিত ৱেব ছিৰিজ IC 814 সম্পৰ্কে এটা বিশেষ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পোষ্টটোত লিখা আছে এইদৰে, “কান্দাহাৰ বিমানখন অপহৰণ কৰা সন্ত্ৰাসবাদী সকলোৰ নাম আছিল ইব্ৰাহিম আখতাৰ, ছাকিৰ, জাহুৰ মিষ্ট্ৰী, আহমেদ আৰু শ্বাহিদ আখতাৰ, কিন্তু অনুভৱ সিনহাই তেওঁৰ ৱেব ছিৰিজ IC814’ত সন্ত্ৰাসবাদীৰ নাম ৰাখিছে ভোলা আৰু শংকৰ বুলি…. I s […]

Continue Reading