হাৱাইৰ কিলোৱেয়া আগ্নেয়গিৰিৰ উদ্গিৰণৰ দৃশ্য শেহতীয়াকৈ ইথিওপিয়াৰ হেইলি গুব্বি আগ্নেয়গিৰিৰ উদ্গিৰণৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ২৩ নৱেম্বৰত ইথিওপিয়াত ১২০০০ বছৰৰ পাছত হেইলি গুব্বি (Hayli Gubbi) নামৰ এক আগ্নেয়গিৰিৰ উদ্গিৰণ হয়। ইয়াৰ পাছতে  এই আগ্নেয়গিৰি উদ্গিৰণৰ দৃশ্য বুলি ছ’চিয়েল মিডিয়াত এক ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  ভাইৰেল ভিডিঅ’টোত হেইলি গুব্বি আগ্নেয়গিৰিৰ উদ্গিৰণৰ […]

Continue Reading

AI Generated পুৰণি দৃশ্যকে ইথিওপিয়াৰ আগ্নেয়গিৰি উদ্গিৰণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া যোৱা ২৩ নৱেম্বৰ ২০২৫ত ইথিওপিয়াত হোৱা হেইলি গুব্বি আগ্নেয়গিৰি ভয়ংকৰ উদ্গিৰণৰ দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ। […]

Continue Reading