ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগে তিনিখন খাদী মাস্ক ৯৯৯ টকাত বিক্ৰী কৰা নাই!

সংৰক্ষিত লিংক যি সময়ত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক পিন্ধাটো দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য্য অংগ হৈ পৰিছে, সেই সময়তে মাস্ক সম্বন্ধীয় এখন বিতৰ্কিত বিজ্ঞাপনৰ পোষ্টাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে ‘খাদী ইণ্ডিয়া’য়ে তিনিখন খাদী মাস্কৰ দাম ৯৯৯ টকা নিৰ্ধাৰণ কৰিছে । ‘খাদী ইণ্ডিয়া’ হৈছে ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ […]

Continue Reading

অসমৰ গামোচাই সঁচাকৈ পালে নে জি আই টেগ?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমত এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । অসমৰ গামোচাক ভৌগোলিক সূচাংক (Geographical Indication, GI) প্ৰদান কৰা হ’ল বুলি ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ উপৰিয়ো কিছুমান মূলসুঁতিৰ নিউজ গোষ্ঠীয়েও বাতৰি প্ৰকাশ কৰা দেখা গৈছে । ভৌগোলিক সূচাংক বা জি আই হৈছে কোনো কোনো বস্তুৰ আঞ্চলিক পৰিচয় অটুট ৰখাত সহায় কৰা […]

Continue Reading