মহাৰাষ্ট্ৰৰ ভিডিঅ’কে হালদ্বানীৰ মুছলমানৰ ওপৰত আক্ৰমন বুলি ভাইৰেল কৰা হৈছে।
শেহতীয়াভাৱে চাৰিদিন পূৰ্বে উত্তৰাখণ্ডৰ হালদ্বানীৰ বনভুলপুৰাত হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ অভিযোগত প্ৰশাসনে গ্ৰেপ্তাৰ অভিযান চলায়। ৮ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ ফালে এখন মাদ্ৰাছা ভাঙি পেলোৱাৰ পাছত যি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত আছে। কিন্তু ইফালে এই ঘটনা সন্দৰ্ভত সাম্প্ৰদায়িক দাবীৰে ভুৱা আৰু বিভ্ৰান্তিকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এক […]
Continue Reading