আশীৰ্বাদ আটাৰ হালাল ল’গ’ থকা পেকেট সম্পৰ্কে বিভ্ৰান্তিকৰ তথ্য ভাইৰেল।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত আশীৰ্বাদ আটাৰ পেকেট (Aashirvaad Atta With Multigrains) এটাৰ ফটো ভাইৰেল হৈছে য’ত হালাল চাৰ্টিফাইড ল’গ’ আছে। দাবী কৰা হৈছে যে এই হালাল চাৰ্টিফাইড আশীৰ্বাদ আটা ভাৰতত বিক্ৰী হয়। ফটোখন ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “থু মিহলোৱা হালালা প্ৰডাক্ট আৰ্শীবাদ আটা আমি মৰ্খ হিন্দু ৱে হিন্দু ৰ আৰ্শীবাদ শব্দ টো চায় খাই […]
Continue Reading