মুম্বাই বিমানবন্দৰত উপস্থিত হোৱা ছলমান খানৰ পুৰণি ভিডিঅ’ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ছলমান খান গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা বুলি ভাইৰেল।

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাই ছলমান খান গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। Thread Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ৬ ছেপ্টেম্বৰত Asomlive […]

Continue Reading