ইণ্ডিগ’ এয়াৰলাইনছৰ শেহতীয়া বিমান বাতিলৰ ঘটনাৰ পাছত যাত্ৰীসকলে গৰ্বা নৃত্য পৰিৱেশন কৰিছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

ইণ্ডিগ’ এয়াৰলাইনছৰ একাধিক বিমান বাতিলৰ পাছত ছ’চিয়েল মিডিয়া বিভিন্ন ভিডিঅ’ আৰু ফটোৰে উপচি পৰিছে য’ত যাত্ৰীসকলে পৰিস্থিতিক লৈ নিজৰ হতাশা আৰু ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। এই পটভূমিত এটা বিমানবন্দৰত গৰ্বা নৃত্য পৰিবেশন কৰা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰে যে একাধিক বিমান বাতিলৰ পিছত গোৱা বিমানবন্দৰত যাত্ৰীসকলে এইদৰে গৰ্বা […]

Continue Reading

AI Generated ভিডিঅ’ৰে গোৱাত ভূমিকম্প অহা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে  যোৱা ১৫জুন ২০২৫ত ৰাতিপুৱা ৬ বজাত গোৱাত হোৱা এক ভূমিকম্পত ৭০  হেজাৰ লোকৰ মৃত্যু ঘটিছে। ভিডিঅ’টোত দেখা গৈছে যে বৰ বৰ অট্টালিকা খহি পৰিছে আৰু বিভিন্ন লোক তথা যান বাহন তীব্ৰ গতিত অহা-যোৱা কৰিছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

কংগোৰ নাও দুৰ্ঘটনাৰ ভিডিঅ’ গোৱাৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে ফেচবুক হোৱাটছএপত।

শেহতীয়াভাবে অসমৰ ফেচবুক এটা বিশেষ ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে মাজ সাগৰত এখন জাহাজ ডুবি গৈছে। অসংখ্য যাত্ৰীৰে ভৰি থকা জাহাজখন আহি থাকোতে এফালে বাগৰি পৰি ডুবি যায়। সেই দুৰ্ঘটনাটো ভাৰতৰ গোৱাৰ বুলি দাবী কৰি ফেচবুক তথা কোনো কোনো লোকে হোৱাটছএপটো শ্বেয়াৰ কৰিছে। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে-গোৱাত শোকাৱহ দুৰ্ঘটনা । সাগৰত […]

Continue Reading