চুৰাটৰ পুৰণি অপ্ৰাসংগিক ভিডিঅ’ হৰিশ ৰাণাৰ “ইচ্ছামৃত্যু”ৰ ঘটনাৰ সৈতে জড়িত কৰি ভাইৰেল।
বিগত ১৩ বছৰ ধৰি ক’মাত থকা গাজিয়াবাদৰ হৰিশ ৰাণাক শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে পেচিভ ইউথেনাচিয়াৰ (ইচ্ছামৃত্যু) অনুমতি প্ৰদান কৰিছে। ভাৰতত এইটোৱেই প্ৰথম পেছিভ ইউথেনাচিয়াৰ নিৰ্দেশ। আদালতৰ এই নিৰ্দেশৰ পিছতে এইমছ নতুন দিল্লীৰ চিকিৎসকে হৰিশ ৰাণাৰ পেচিভ ইউথেনাচিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে এজন ৰোগীৰ চাৰিওফালে কৰি চিকিৎসা […]
Continue Reading
