AI Generated ভিডিঅ’কে ইজৰাইলৰ সাধাৰণ নাগৰিকৰ ওপৰত ইৰাণৰ আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ সাধাৰণ নাগৰিকৰ ওপৰত ইৰাণৰ আক্ৰমণ বুলি দাবী কৰা হৈছে। লিখিছে- ইৰাণৰ আক্ৰমণত দিশহাৰা হৈছে ইজৰাইলৰ নাগৰিকসকল। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ প্ৰথম […]
Continue Reading
