এই ভিডিঅ’টোৰ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ লগত কোনো সম্পৰ্ক নাই।
ইজৰাইল-হামাছৰ সংঘাত অব্যাহত থকাৰ সময়তে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত পেলেষ্টাইনীসকলে ভুৱা অন্ত্যেষ্টিক্ৰিয়া চলোৱাৰ ফুটেজ বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে ইজৰাইলী বিমান আক্ৰমণৰ বলি হোৱা এজন সৰু ল’ৰাৰ “মৃতদেহ” কঢ়িয়াই লৈ ফুৰিছে এদল যুৱকে। কিন্তু শেষত এয়াৰ ৰেইডৰ চাইৰেন বজোৱাৰ লগে লগে ষ্ট্ৰেচাৰখন পেলাই “মৃতদেহ”টো এৰি থৈ যায়, কিন্তু তাৰ পিছত নিৰ্জীৱ […]
Continue Reading