যোৱা এপ্ৰিলৰ কলম্বিয়াৰ বাৰাংকুইলাৰ বানপানীৰ ভিডিঅ’ এটা গুৱাহাটীৰ শেহতীয়া বানপানীৰ সময়ৰ বুলি মিছাকৈ প্ৰচাৰ।    

শেহতীয়াকৈ যোৱা ৩০ মে’ ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুৱাহাটীৰ অতি শেহতীয়া বান পৰিস্থিতত পানীৰ ওপৰত এজন লোকে এখন চোফাত বহি উপঙি গৈ থকা বুলি দাবী কৰা হৈছিল।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা […]

Continue Reading

জলমগ্ন পথত এখন তোছকৰ ওপৰত শুই আগবাঢ়ি গৈ থকা ব্যক্তিজনৰ এই ভিডিঅ’টো অসমৰ নহয়।

পানীৰে ভৰা এটি পথত এজন ব্যক্তিয়ে এখন তোছকৰ ওপৰত শুই শুই পানীত ওপঙি আগবাঢ়ি গৈ থকা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এই ভিডিঅ’টো অসমৰ।  Facebook Link | Archived Link  কিন্তু এই ভিডিঅ’টো সঁচাকৈয়ে অসমৰ হয়নে? আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে […]

Continue Reading