War Thunder নামৰ চিমুলেছন গেমৰ দৃশ্য ইৰাণে ইজৰাইলৰ যুদ্ধ বিমান ধ্বংস কৰা দৃশ্য  বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ফটো আৰু দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো সাম্প্ৰতিক সময়ত হৈ থকা ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ সময়ৰ ভিডিঅ’ বুলি দাবী কৰিছে। ভিডিঅ’টো আপলোড কৰি লিখিছে- ইজৰাইলৰ F35 ইৰাণে ধ্বংস কৰাৰ দৃশ্য। Facebook Link Archived […]

Continue Reading

মেজৰ ক্ৰিষ্টিন উল্ফ নামৰ মহিলা যুদ্ধবিমান চালকৰ ভিডিঅ’ ছ’ফিয়া কুৰেশ্বীৰ বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে যুদ্ধ বিমানত উঠি যুদ্ধৰ বাবে সাজু হোৱা সেয়া ভাৰতীয় সেনা বিষয়া ছ’ফিয়া কুৰেশ্বী।  পোষ্টসমুহত আনকি ভ্যোমিকা সিঙৰ কথাও উল্লেখ কৰা আমি দেখিছোঁ।   Facebook Link Archived […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজছ যুদ্ধ বিমানেৰে ভ্ৰমণ কৰাৰ সময়ত কাক উদ্দেশ্যি হাত জোকাৰিছিল?

যোৱা ২৫ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজছ যুদ্ধ বিমানেৰে ৩০মিনিট সময় আকাশমাৰ্গত ভ্ৰমণ কৰিছিল। এনেদৰে ভ্ৰমণ কৰা তেওঁ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। এই সন্দৰ্ভত এটা ভিডিঅ’ ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে তেজছ যুদ্ধ বিমানেৰে আকাশত ভ্ৰমণ কৰাৰ সময়ত বাহিৰলৈ চাই হাত জোকাৰি থকা দেখা গৈছে। চ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে […]

Continue Reading