বাৰ্ষিক চৰাইচুং মহোৎসৱঃ এক চমু আলোচনা।  

পাতনি এছিয়াৰ প্ৰথম সংৰক্ষিত চৰাইৰ বাসস্থান বুলি গণ্য কৰা ঐতিহাসিক চৰাইচুং পক্ষী অভয়াৰণ্যৰ (Royal Bird Sanctuary)সংৰক্ষণ আৰু পুনৰুজ্জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসমৰ মাজুলীত অনুষ্ঠিত কৰা হয় বাৰ্ষিক চৰাইচুং মহোৎসৱ। বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলীত প্ৰায় বন্ধ হৈ পৰা ৰয়েল বাৰ্ড চেঞ্চুৰীয়েৰীক পুনৰুজ্জীৱিত আৰু সংৰক্ষণৰ প্ৰয়াসত দ্বিতীয়বাৰৰ বাবে দ্বীপ জিলাখনত চৰাইচুং উৎসৱৰ আয়োজন কৰা হৈছে। […]

Continue Reading