প্ৰসিদ্ধ অভিনেতা জেকী ছানৰ মৃত্যু ঘটা নাই। ই এটা উৰা-বাতৰিহে।

২৫ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশ্বৰ প্ৰসিদ্ধ অভিনেতা জেকী ছানৰ ফটোৰ এখন ক’লাজ আপলোড কৰি অভিনেতাগৰাকীৰ মৃত্যু ঘটা বুলি দাবী কৰি এটা পোষ্ট দিছে। তাত তেওঁ কেপছন লিখিছে- জেকী চান – যিজন ব্যক্তিয়ে নিজৰ যৌৱন শিল্পৰ প্ৰতি উৎসৰ্গা কৰিছিল আৰু কালজয়ী স্মৃতি এৰি থৈ গৈছিল সেই জেকী চান আৰু নাই good bye   […]

Continue Reading