২০২১চনতে ওডিছাৰ মহানদীত ঘটা ঘটনাৰ দৃশ্য অসমৰ ধেমাজীৰ শেহতীয়া ঘটনা বুলি ভাইৰেল। 

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। হোৱাটছপত বিয়পি কৰিছে এই ভিডিঅ’টো। ভিডিঅ’টোত দেখা গৈছে যে প্ৰচণ্ড সোঁত থকা এখন নদীত এটা হাতী আৱদ্ধ হৈ পৰিছে আৰু সেই হাতীটোক উদ্ধাৰ কৰিবলৈ যোৱা উদ্ধাৰকাৰী দল এটাও কোবাল সোঁতত পৰি বিপদৰ সমুখিন হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে সেয়া অসমৰ ধেমাজীৰ দৃশ্য। অৰ্থাত ব্ৰহ্মপুত্ৰ […]

Continue Reading

ডেভিদ মিলাৰে টি২০ৰ পৰা অৱসৰ ঘোষণা কৰা কথাটো সত্য নহয়। এয়া এক উৰাবতৰি হে। 

শেহতীয়াভাবে অসমত এটা খবৰ বিয়পিছে যে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ ডেভিদ মিলাৰে টি২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ মেছেজ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই তথ্য সত্য নে অসত্য জানিবলৈ বিচাৰিছিল। Archived Link  কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি প্ৰথমতে […]

Continue Reading

ফটোত দেখা ঘৰটো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হোৱা ঘৰ নহয়, সেইটো গোলাপ ৰাভাৰ হে ঘৰ।

শেহতীয়াভাবে অসমত এখন বিশেষ ফটো প্ৰচাৰ কৰা হৈছে। এটা ফেচবুক পেজত ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে সেইখন কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ওপজা ঘৰ।     Facebook Link । Archived Link  কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি প্ৰথমতে আমি সেই সন্দৰ্ভত প্ৰাসংগিক শব্দৰে […]

Continue Reading

ৱাডিলালৰ আইচক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা বুলি ওলোৱা দাবীটো মিছা।

শেহতীয়াভাবে অসমত এখন ফটো ভাইৰেল হৈ পৰিছে। ৱাডিলাল নামৰ আইক্ৰীম কোম্পানীটোৰ এটি বিশেষ আইচক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা বুলি দাবী কৰি সেই ফটোখন ভাইৰেল কৰা হৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে আমাৰ 24/7 ফেক্টলাইন নম্বৰলৈ সেই ফটোখন প্ৰেৰণ কৰি ৱাডিলাল আইক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা হৈছে নেকি সঁচাকৈয়ে, সেই কথা জনাৰ আগ্ৰহ প্ৰকাশ কৰে।  Archived Link  কিন্তু এই দাবী সত্য […]

Continue Reading

ওপৰৰ পৰা পানী পৰা ডবাটো আচলতে গৰীৱ ৰথ এক্সপ্ৰেছৰহে। বন্দে ভাৰত এক্সপ্ৰেছৰ নহয়।

শেহতীয়াভাবে অসমত এটি বিশেষ ভিডিঅ’ প্ৰচাৰ হৈছে । ভিডিঅ’টোত দেখা গৈছে যে এখন ৰেলগাড়ীৰ বাতানুকুল ডবা এটাৰ ভিতৰত ওপৰৰ পৰা পানী নিগৰি পৰিছে। দাবী কৰা হৈছে যে সেই ৰেলগাড়ীখন হৈছে বন্দে ভাৰত এক্সপ্ৰেছ। অসমৰ এটা সংবাদ প্ৰতিস্থানৰ ফেচবুকৰ পেজত ২৯ জুন ২০২৪ত সেই ভিডিঅ’টো বন্দে ভাৰত এক্সপ্ৰেছৰ ভিতৰত পানী পৰিছে বুলি দাবী কৰি আপলোড কৰা […]

Continue Reading

ফটোখনত থকা লোকজন প্ৰকৃততে নৰেন্দ্ৰ মোদীৰ দীক্ষাগুৰু RSSৰ তদানীন্তন শীৰ্ষ কৰ্মকৰ্তা লক্ষ্মণৰাও ইনামদাৰ হে। আন্না হাজাৰে নহয়।

শেহতীয়াভাবে অসমত এখন ফটো ব্যাপকভাৱে প্ৰচাৰ হৈছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যুৱাৱস্থাৰ ফটোখনত মোদীৰ সৈতে আন এগৰাকী ব্যক্তিক দেখা গৈছে। ফটোখনেৰে দাবী কৰা হৈছে যে সেই বিশেষ ব্যক্তিগৰাকী হৈছে জন লোকপাল আন্দোলনৰ মূল হোতা আন্না হাজাৰে। এটা ফেচবুক পেজে ফটোখন আপলোড কৰি সেই দাবী উত্থাপন কৰিছে। লিখিছে- ২০১৩/১৪ চনত জন লোকপালৰ নামত মোদী  ঢৌ […]

Continue Reading

ফটোখনত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ সৈতে এয়া কুলৱিন্দৰ কৌৰ নহয়। সেইগৰাকী ৰাজস্থানৰ কংগ্ৰেছ সাংসদ বিদ্যা মাদেৰ্না হে। 

শেহতীয়াভাবে অসমত এখন ফটো বিয়পি পৰিছে । ফটোত দেখা গৈছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ মাজত এগৰাকী মহিলা থিয় হৈ আছে। ফটোখনত হিন্দীতে লিখি দাবী কৰা হৈছে যে সেইগৰাকী হৈছে কুলৱিন্দৰ কৌৰ যিয়ে কংগনা ৰানাৱতক শাৰীৰিক আক্ৰমণ কৰিছিল।  এগৰাকী ব্যৱহাৰকাৰীয়ে সেইখন আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি সেয়া […]

Continue Reading

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত এইদৰে কন্দা নাছিল বিজেপি নেত্ৰী নৱনীত ৰানাই।

শেহতীয়াভাবে অসমত এটা ভিডিঅ’ বিয়পিছে । ভিডিঅ’টোত দেখা গৈছে যে শেহতীয়া ১৮ সংখ্যক লোকসভা নিৰ্বাচনত অমৰাৱতী সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্ৰতিদ্বন্দ্বীতা কৰি পৰাজয় বৰণ কৰা প্ৰাৰ্থী নৱনীত ৰাণাই হাস্পতালৰ বিচনা এখনত বহি কান্দি আছে আৰু তেওঁক তেওঁৰ স্বামীয়ে সান্তনা প্ৰদান কৰিছে। ভিডিঅ’টো ফেচবুকত পোষ্ট কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে- ইলেকচনত হাৰি কান্দি তত পোৱা […]

Continue Reading

কংগনা ৰানাৱতৰ সৈতে এয়া আবু চালেম নহয়, সাংবাদিক মাৰ্ক মেনুৱেল হে।

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এখন ফটো ভাইৰেল ৰৈ পৰা দেখা গৈছে। দাবী কৰা হৈছে যে বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱতে গেংষ্টাৰ আবু চালেমৰ সৈতে একেলগে ফটো উঠিছে।  আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই স্ক্ৰীণশ্বটটো প্ৰেৰণ কৰি সেই কথা সঁচা নেকি জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।  Archived Link কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

২০২৩ৰ চেপ্তেম্বৰৰে পৰা বিভিন্ন ভাষাৰে বিভিন্ন দেশৰ বুলি দাবী কৰি শ্বেয়াৰ হৈ থকা ভিডিঅ’ এটা ভাৰতৰ শেহতীয়া ৰিমাল ঘূৰ্ণীবতাহৰ বুলি দাবী কৰি পুনৰ প্ৰচাৰ।  

শেহতীয়াভাবে অসমত এটা ভিডিঅ’ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এটা ফেচবুক পেজে সেই ভিডিঅ’টো আপলোড কৰি দাবী কৰিছে যে সেইটো আমাৰ দেশৰ ভিডিঅ’ আৰু সেয়া শেহতীয়া ঘূৰ্ণীবতাহ ৰিমালৰ প্ৰভাৱ। পোষ্টটো কৰি লিখিছে- দেশৰ ভিন্ন প্ৰান্তত ৰেমলে ভয়ানক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।  Facebook Link। Archived Link  কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading