মণিপুৰত এয়া কুকি আৰু মেইটেই গায়িক-গায়িকাৰ যুটী হয় নেকি? সত্যটো কি?

মেইটেই আৰু কুকিৰ মাজত চলি থকা জনগোষ্ঠীয় সংঘৰ্ষৰ মাজতে এতিয়াও মণিপুৰত তীব্ৰ চাঞ্চল্যকৰ  পৰিবেশ বিৰাজ কৰি আছে। এনেকুৱা এক পৰিবেশতেই দুই গায়ক-গায়িকাই এটি পুৰণি হিন্দী গীত ‘হম আপ কি আংখোন মেইন’ গাই থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। দাবী কৰা হৈছে যে এই দুজন গায়ক-গায়িকা মণিপুৰৰ কুকি আৰু মেইটি সম্প্ৰদায়ৰ। আনকি উচ্চতম ন্যায়ালয়ৰ […]

Continue Reading

হাৰিয়ানাত এজন হিন্দু লোকক এইদৰে প্ৰহাৰ কৰা হৈছে নেকি? সত্যটো কি?

হাৰিয়ানাত চলি থকা শেহতীয়া সাম্প্ৰদায়িক হিংসাই উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। নুহত সংঘটিত হোৱা হিংসাৰ জুই হাৰিয়ানাৰ বহু চহৰলৈ প্ৰসাৰিত হৈছে। এই হিংসাত্মক ঘটনাত একাংশ লোক নিহত হোৱাৰ খবৰো পোৱা গৈছে। সেইবাবেই তাত পালৱাল, সোহানা, মানেছাৰ আৰু পাটৌদিত ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে। এই হিংসাত্মক ঘটনা সন্দৰ্ভত নুহ, গুৰুগ্ৰাম, পালৱাল আদি জিলাত ঘটনা সন্দৰ্ভত ৪০টাতকৈও অধিক […]

Continue Reading