অৰুণাচল-অসম সীমান্ত আৰু নামচাই ঘোষণা সন্দৰ্ভত এক ব্যাখ্যামূলক আলোচনা। 

Image Courtesy: The Indian Express পাতনি এই আলোচনাত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদ, ইয়াৰ আঁৰৰ ঐতিহাসিক কাৰণ আৰু ২০২২ চনৰ নামচাই ঘোষণাৰ (Namsai Declaration)তাৎপৰ্যক ইয়াৰ সমাধানৰ এক গুৰুত্বপূৰ্ণ প্ৰয়াস হিচাপে এক  ৰূপৰেখা দাঙি ধৰা হৈছে। ১/ প্ৰসংগঃ অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা ৮০৪.১ কিলোমিটাৰ। এই বিবাদ মূলতঃ এই […]

Continue Reading

অসমৰ চাহ জনগোষ্ঠীৰ বাবে বিশেষ সংৰক্ষণ ব্যৱস্থাঃ এক চমূ আলোচনা   

পাতনি অসম চৰকাৰে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চৰকাৰী সেৱাত চাহ জনগোষ্ঠীৰ বাবে ৩% চাকৰিৰ সংৰক্ষণ ব্যৱস্থা ৰূপায়ণ কৰিছে। ইয়াৰ লক্ষ্য হৈছে সামাজিক আৰু অৰ্থনৈতিক উন্নতি। ২০২৫ চনত ঘোষণা কৰা এই পদক্ষেপ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত বৰ্তমানৰ ৩% সংৰক্ষণৰ পৰিপূৰক। লক্ষ্য ৰখা হৈছে ইয়াৰ জৰিয়তে ৪০ লাখৰো অধিক লোকক প্ৰতিনিধিত্ব প্ৰদান কৰা। অসমত আৰ্থ-সামাজিক প্ৰতিনিধিত্ব […]

Continue Reading

অসম বাজেট ২০২৫–২৬ঃ এক সংক্ষিপ্ত আলোচনা

পাতনি প্ৰস্তাৱিত ৭.৪১ লাখ কোটি টকাৰ জিএছডিপিৰ(GSDP of ₹7,41,626 crore,) সৈতে অসম বাজেট ২০২৫–২৬-এ ৩.৭ শতাংশ বিত্তীয় ঘাটিৰ জোৰা মৰাৰ লক্ষ্যেৰে বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি বিনিয়োগত (মূলধনী ব্যয় ২৫,০০০ কোটি টকাৰো অধিক) গুৰুত্ব দিছে। ইয়াৰ লগতে যোগীঘোপা এছইজেড(Jogighopa SEZ),মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ(Mukhyamantri Mahila Udyamita Abhiyaan) জৰিয়তে নাৰী সবলীকৰণ আৰু চাহ শ্ৰমিকৰ কল্যাণত বিশেষ প্ৰাধান্য দিয়া হৈছে। […]

Continue Reading

নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ অসমৰ গোৱালপাৰা জিলাত বিতৰ্কঃ এক আলোচনা।

পাতনি নিৰ্বাচনী তালিকা (২০২৫-২০২৬)ৰ বিশেষ পুনৰীক্ষণ (Special Revision)ক লৈ অসমৰ গোৱালপাৰা জিলাত এক বিতৰ্কৰ সৃষ্টি হৈছে। বিৰোধী দল আৰু নাগৰিক সমাজৰ বিভিন্ন গোষ্ঠীয়ে এই অনুশীলনক বাংলাভাষী মুছলমানক লক্ষ্য কৰি “বেকড’ৰ এন আৰ চি” (backdoor National Register of Citizens) হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। অহা ১০ ফেব্ৰুৱাৰীত নিৰ্বাচনী তালিকা চূড়ান্ত প্ৰকাশৰ পূৰ্বে ২০২৬ চনৰ […]

Continue Reading

কোকৰাঝাৰৰ ধৰ্ষণ কাণ্ডৰ পাছত সৰ্বাত্মক বন্ধঃ এক ব্যাখ্যা

Image courtesy: The Indian Express ঘটনাটো কি ? অসমৰ কোকৰাঝাৰ জিলাত ব্যাপক প্ৰতিবাদৰ সূচনা কৰা ঘটনাটো হৈছে কোকৰাঝাৰৰ পথাৰঘাট অঞ্চলৰ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্থ মহিলাক ধৰ্ষণৰ অভিযোগ।  যোৱা ১০ জানুৱাৰী ২০২৬ত সংঘটিত ঘটনাটোক কেন্দ্ৰ কৰি ১১ জানুৱাৰীত ব্যপক প্ৰতিবাদ আৰু বন্ধ ঘোষণা কৰা হয়। ৰফিকুল ইছলাম নামৰ এজন শ্ৰমিকক এই ঘটনাৰ অভিযোগত ইতিমধ্যেই ধুবুৰী জিলাৰ পৰা […]

Continue Reading

অসমৰ চাহ বাগিচাৰ শ্ৰমিকৰ ভূমি অধিকাৰৰ ওপৰত এক বাখ্যা 

Photo by Rohit Dey on Unsplash প্ৰস্তাৱনাঃ  অসমৰ শেহতীয়া ভূমি অধিকাৰ সংস্কাৰে শ্ৰমিক লাইনত বসবাস কৰা ৩ লাখৰো অধিক চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালক প্ৰথমবাৰৰ বাবে স্থায়ী বসতিৰ অধিকাৰ (পট্টা) প্ৰদান কৰে। এই মাটিসমূহক “সহায়ক” বাগিচা ব্যৱহাৰৰ পৰা শ্ৰমিকৰ গৃহৰ বাবে চৰকাৰী সম্পত্তিলৈ ৰূপান্তৰ কৰা, শতিকাজুৰি চলি অহা নিৰাপত্তাহীনতাৰ অন্ত পেলোৱা, ঘৰ উন্নয়নৰ অনুমতি দিয়া আৰু ইয়াক কল্যাণমূলক আঁচনিৰ […]

Continue Reading

অসমৰ কাৰ্বি আংলঙৰ সাম্প্ৰতিক পৰিস্থিতি : এক বাখ্যা 

প্ৰস্তাৱনা অসমৰ কাৰ্বি আংলং জিলাত সম্প্ৰতি কিছুমান উত্তেজনাপূৰ্ণ ঘটনা সংঘটিত হৈছে, যাৰ ফলত ৰাজ্যখনত, বিশেষকৈ কাৰ্বি আংলং আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই বিষয়টো বা সমস্যাটোক মূলতঃ তিনিটা প্ৰমুখ স্তৰত বুজিব পাৰি: ঐতিহাসিক পৃষ্ঠভূমি, তাৎক্ষণিক কাৰণ, আৰু বৰ্তমানৰ পৰিস্থিতি। সেই তিনিটা বিষয়কে লৈ আজিৰ এই লেখা সামৰা হৈছে। ১. ঐতিহাসিক পৃষ্ঠভূমিঃ […]

Continue Reading

অসমত মানুহ-জীৱ সংঘৰ্ষ: এক বিশদ বিশ্লেষণ

পাতনি অসম হৈছে প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সমৃদ্ধ জৈৱবৈচিত্ৰ্যৰ বাবে সুপৰিচিত। সেই পৰিচিতি আজি এক জটিল আৰু উদ্বেগজনক সমস্যাৰ সন্মুখীন হৈছে। সেই সমস্যা হৈছে—মানুহ আৰু বন্য জীৱৰ মাজৰ সংঘৰ্ষ। এই সংঘৰ্ষ দিনক দিনে তীব্ৰ আৰু ঘনীভূত হৈ আহিছে, যাৰ ফলত মানুহ আৰু জীৱ-জন্তু দুয়োপক্ষৰে জীৱন-মৰণৰ সংকট, অর্থনৈতিক লোকচান আৰু পৰিৱেশীয় অসমত্বৰ সৃষ্টি হৈছে। শেহতীয়াকৈ অসমৰ নগাঁও […]

Continue Reading

বাৰ্ষিক চৰাইচুং মহোৎসৱঃ এক চমু আলোচনা।  

পাতনি এছিয়াৰ প্ৰথম সংৰক্ষিত চৰাইৰ বাসস্থান বুলি গণ্য কৰা ঐতিহাসিক চৰাইচুং পক্ষী অভয়াৰণ্যৰ (Royal Bird Sanctuary)সংৰক্ষণ আৰু পুনৰুজ্জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসমৰ মাজুলীত অনুষ্ঠিত কৰা হয় বাৰ্ষিক চৰাইচুং মহোৎসৱ। বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলীত প্ৰায় বন্ধ হৈ পৰা ৰয়েল বাৰ্ড চেঞ্চুৰীয়েৰীক পুনৰুজ্জীৱিত আৰু সংৰক্ষণৰ প্ৰয়াসত দ্বিতীয়বাৰৰ বাবে দ্বীপ জিলাখনত চৰাইচুং উৎসৱৰ আয়োজন কৰা হৈছে। […]

Continue Reading

ছয় জনগোষ্ঠীৰ জনজাতিকৰণঃ এক আলোচনা।

পাতনি যোৱা ৬ ডিচেম্বৰ ২০২৫, শনিবাৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ, অন্তিম দিনৰ অন্তিমটো কাৰ্যসূচী হিচাপে সদনত দাখিল কৰা হয় বহুচৰ্চিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন । জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত দাখিল কৰে মন্ত্রীগোটৰ প্ৰতিবেদন । মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত ‘ৰিপোৰ্ট অফ দি কমিটী অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছ টু এগজামিন […]

Continue Reading