দিল্লীত ইভিএমৰ বিৰুদ্ধে চলা পুৰণি আন্দোলনৰ এটা ভিডিঅ’ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সৈতে সংযোগ কৰি বিভ্ৰান্তিকৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীৰ মাজত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। কোনো এক স্থানৰ প্ৰতিবাদৰ ভিডিঅ’ মহাৰাষ্ট্ৰত অলপতে হৈ যোৱা নিৰ্বাচনত ব্যৱহৃত ইভিএমৰ বিৰুদ্ধে ৰাইজে উলিওৱা প্ৰতিবাদ বুলি দাবী কৰি সেই ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে। আমালৈয়ো সেই ভিডিঅ’টো আহি পৰিছে।    Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

২০২৪ৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ৫,০৪,৩১৩টা অতিৰিক্ত ভোট গণনা কৰা হৈছিল বুলি মিছাকৈ দাবী কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক পোষ্টত এটা দাবী উত্থাপন কৰা হৈছে যে মহাৰাষ্ট্ৰৰ শেহতীয়া নিৰ্বাচনত ভোট গণনাত মুঠ ভোটতকৈ ৫,০৪,৩১৩টা অতিৰিক্ত ভোট ওলাইছিল। সেই দাবীৰে ভিডিঅ’ বাৰ্তা প্ৰস্তুত কৰাৰ উপৰিও অন্য পোষ্টো কৰা দেখা গৈছে। Facebook Link । Archived Link একেই দাবীৰে কৰা একাধিক পোষ্ট আপোনালোকে ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব। কিন্তু দাবীটো সত্য […]

Continue Reading