ইজৰাইলেৰ ইৰাণৰ আকাশত কৰা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰি পুৰণি আৰু সংগতিবহীন দৃশ্য প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলে ইৰাণৰ আকাশত মিছাইলেৰে কৰা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছে- ইজৰাইলৰ ভয়ংকৰ প্ৰতিশোধ! ইৰাণৰ বুকুত মিছাইলৰ বৰ্ষণ। ইৰাণৰ আক্ৰমণৰ বিৰুদ্ধে ইজৰাইলে ল’লে এক কঠোৰ পদক্ষেপ। ইজৰাইলী বায়ুসেনাই ইৰাণৰ সামৰিক ঘাটিসমূহ লক্ষ্য কৰি চলাইছে তীব্ৰ আকাশী আক্ৰমণ। সমগ্ৰ মধ্য-প্ৰাচ্যত এতিয়া মহাযুদ্ধৰ আশংকা।চাওক এই বিশেষ […]

Continue Reading

ৰিংগো চ্ছিউ নামৰ সাংবাদিকজনে ৭ জানুৱাৰীত সংগ্ৰহ কৰা ফটোখন ইলন মাস্কে নিজ কেমেৰাৰে সংগ্ৰহ কৰা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

অসমৰ ফেচবুকত শেহতীয়াকৈ এটা ফেচবুক পেজৰ এটা পোষ্টত এখন বিশেষ ফটো আপলোড কৰা হৈছে। জুইৰ লেলিহান শিখাই এটা ঘৰ ভস্মিভূত কৰা আৰু অগ্নি নিৰ্বাপক জোৱানে সেই জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি থকা দেখা গৈছে ফটোখনত। দাবী কৰা হৈছে যে সেই ফটোখন বিশ্বৰ এগৰাকী ধনাঢ্য ব্যক্তি ইলন মাস্কে নিজৰ কেমেৰাত সেই ফটোখন তুলিছে। কেপছনত লিখিছেঃ- পৃথিবীৰে […]

Continue Reading