“বৰষা যেতিয়া নানামে ধৰাৰ বুকুলৈ”- অসমৰ কৃষিখণ্ডত খৰাঙৰ কুপ্ৰভাৱঃ এক আলোচনা

প্ৰস্তাৱনা   বিস্তাৰিত ধাননি পথাৰ আৰু সাৰুৱা ভৈয়ামেৰে অসমৰ ভূ-প্ৰকৃতি সদায় প্ৰচুৰ্যৰ সমাৰ্থক হৈ আহিছে। ইয়াত কৃষি কেৱল এটা অৰ্থনৈতিক কাৰ্য নহয়; বৰঞ্চ ই এক জীৱন-ধাৰণৰ পদ্ধতি। ব্ৰহ্মপুত্ৰ উপত্যকাত বৰষুণৰ ওপৰত ভিত্তি কৰি খেতি কৰা কৃষকসকলে পথাৰখনেই তেওঁলোকৰ শস্যৰ উন্নতিৰে পৰিয়ালটো পোহপাল দিব বুলি বিশ্বাস কৰি বাৰিষাৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। কিন্তু এতিয়া বৰ্ষাৰ যেন ছন্দপতন […]

Continue Reading

অসমত বৰ্তমান খৰাং সদৃশ পৰিস্থিতি — এটা পৰ্যালোচনা  

পাতনি অসমত বৰ্তমান সময়ত বৃষ্টিপাত কমি অহাৰ ফলত এক খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰিস্থিতিয়ে দৈনন্দিন জীৱনত গভীৰ প্ৰভাৱ পেলাইছে। প্ৰচণ্ড তাপমাত্ৰা, বৰষুণৰ অভাৱ আৰু নদী-নলা,খাল-বিল, পুখুৰী আদি শুকাই অহা এই অৱস্থাই ৰাজ্যখনৰ জনজীৱন, কৃষি আৰু পৰিবেশৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। প্ৰাথমিক মূল্যায়নত প্ৰকাশ পাইছে যে অসমৰ ১৪খন জিলা “উচ্চ বৃষ্টিঘাটি” শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈছে। […]

Continue Reading