এইজন ৰাম মন্দিৰ নিৰ্মাণৰ মূল কাৰিকৰ নহয়। এওঁ কোন জানো আহক।
শেহতীয়াকৈ যোৱা ২৬ অক্টোবৰ ২০২৫ত অসমৰ ফেচবুক পেজ এটাত এখন ফটো আপলোড কৰি তাত লিখা হৈছে – ৰাম মন্দিৰ নিৰ্মাণৰ আৰঁৰ মূল কাৰিকৰজন। যাৰ নাম হৈছে ইমামুদ্দিন আন্সাৰী। ফটোখনত আমি দুজন ব্যক্তি দেখা পাওঁ। ক’লা চোলা আৰু টুপি পৰিধান কৰি থকা এজন লোকে হাতত মাইক্ৰ’ফোন এটা লৈ আন এজন লোকৰ সৈতে কথা পাতি আছে। পোষ্টটোৰ […]
Continue Reading
